ঢেঁকীয়া গৃহ ■ নীলিম কুমাৰ

ঢেঁকীয়া গৃহ

■ নীলিম কুমাৰ

মাত্ৰ তিনিদিন ঘৰত নাছিলো। ঘূৰি আহি লিফটেৰে পুনং ফ্ল’ৰত থকা মোৰ ফ্লেটত উঠিলো। তলা খুলি সোমাই আহি দেখিলো মোৰ ঘৰৰ মাৰ্বল মজিয়াত গজি আছে ঢেঁকীয়া। মই আনন্দত চিঞৰি উঠিলো – বাঃ কি চমৎকাৰ বাঃ কি চমৎকাৰ— ঢেঁকীয়া-গৃহ?

যদিও সৰু নহয় এই ঘটনাটো মই সাংবাদিকক নক’লো এই কথা । কিয়নো এই কথা জানিলে সাংবাদিকসকলে খাই থকা চাহ আধাতে এৰি দৌৰি আহিব। তেওঁলোকৰ ক্লিক ক্লিক শব্দত উচ্‌প খাই উঠিব ঢেঁকীয়াবোৰ। ঢেঁকীয়াবোৰৰ গাত পোহৰ পেলাই কেমেৰাবোৰ ঘূৰিব। ডিঙি ফুলাই ফুলাই সাংবাদিকসকলে দিব বিবৃতি।

কিন্তু কোনেও নাজানিব

কি গোপন কথাৰ কাৰণে এই মাৰ্বল মজিয়াত গজি উঠিছিল ঢেঁকীয়াবোৰ । মাত্ৰ তিনিদিন ঘৰত নাথাকিলে, সকলোৰে অজ্ঞাতে কি ঘটনা কৰি পেলাব পাৰে আমাৰ মহানগৰখনে ?

মই এতিয়া কাক মাতি আনি দেখুৱাওঁ এই দৃশ্য? মই এতিয়া কাক কওঁ এই ঘটনা? কাক সোধো? মাত্র তিনিদিন ঘৰত নাথাকিলে কিয় হয় মোৰ ঘৰ ঢেঁকীয়া-গৃহ?

কোনোবা সাংবাদিক আছেনে এই প্রশ্ন সুধিব মহানগৰক ?

সপ্তাহটোৰ বিশেষ লেখাঃ

“​যোগ্যজনক ভৰি টানি নমোৱাৰ মানসিকতা: শৈক্ষিক সমাজৰ এক কৰ্কট ৰোগ”

প্ৰতিখন শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াত পি.এইচ.ডি....

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

Topics

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

(গল্প) বিবেক বিক্ৰীৰ মেলা—চন্দ্ৰ শেখৰ পৰাজুলী

বিবেক বিক্ৰীৰ মেলা    সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা...
spot_img

সম্পৰ্কীত অন্যান্য লেখাঃ

Popular Categories

spot_imgspot_imgspot_img