‘অনুৰাগ’ তিনিমহীয়া আলোচনী৷ আলোচনীখনৰ প্ৰকাশৰ আৰম্ভণি ২০২২ বৰ্ষৰ পৰা বৰ্তমানলৈকে প্ৰকাশ পাই আছে৷ অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখন চহকী কৰাৰ লক্ষ্যৰে ‘অনুৰাগ’ৰ যাত্ৰা অব্যাহত থাকিব৷ আলোচনীকন ছপা আৰু ডিজিটেল দুয়োটা মাধ্যমতে প্ৰকাশ কৰা হয়৷
Get important news delivered directly to your inbox and stay connected!