কবিতাঃ

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই তেতিয়া শুনো নিজৰ অস্তিত্বৰ নিঃশব্দ স্পন্দন,  এক অজানা প্ৰশ্নৰ দৰে যি কেতিয়াও উত্তৰ নাপায়। চিন্তাৰ অনন্ত প্ৰবাহে মোক লৈ যায়...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত পাম তোমাৰ অমূল্য উপস্থিতি? এতিয়াও কি মোৰ ওপৰত খং কৰি  আছা?  আহা না, এই অভিমানৰ অন্তিম সীমা   ইয়াতেই...
spot_imgspot_img

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা ঝংকাৰ কপৌ পাহিয়ে নিজৰা বিয়পাব প্ৰেমিকৰ অন্তৰ  নাহৰ তগৰৰ উপসিৰাত সাঁতোৰিব পকনীয়া...

দৃষ্টিহীন স্বপ্নৰ শলিতা—বশিষ্ঠ ত্ৰিদিপ শৰ্মা

দৃষ্টিহীন স্বপ্নৰ শলিতা ----------------------------- আশাৰ বহাগত সপোনৰ ডেউকা ফাগুনৰ বিবস্ত্ৰ বতাহছাটিয়ে উতুৱাই নিয়া জোবোৰা সপোনবোৰ  অনুভূতিৰ ঢেৰেকনি নিৰবধি দাপোন হৃদয়ৰ নীলা কাঁইটবোৰ পূৰঠ হৈ উঠিছে লেৰেলিব...

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি—বাবু শৰ্মা

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি ------------------------------ নিৰন্ধ্ৰ সেমেকা মজিয়াত অতিক্ৰমী ডুৰন্ত্ৰ পকনীয়া সোঁত  নৰখাদকৰ অজান্তি শূলত চৈতন্য সত্ত্বাৰ ঝংকাৰত নসজাবা সিৰা উপসিৰাবোৰ  পংকিলতাৰ শুকান পাতত বনৰীয়া বহাগৰ সন্তুষ্টিৰ...

মাতাল নিশাৰ চিৰ নিদ্ৰাত/ অমৃত কণ্ঠ -ৰিতুপৰ্ণ শৰ্মা

মাতাল নিশাৰ চিৰ নিদ্ৰাত ------------------------------------  অমৃত কণ্ঠ   ----------------    শেষ বুলিলেইতো শেষ নহয় আকৌ আৰম্ভ হয় শেষ নহয় ৰক্তবীজৰ মাতাল নিশাৰ  মায়াবিনী ৰাতিৰ বুকুত  জুইয়ে দহা কলিজাত  নতুনকৈ...

প্ৰশান্তিৰ যাত্ৰাপথত নিৰাশাৰ অনুৰনন- ত্ৰিদিপ শৰ্মা

প্ৰশান্তিৰ যাত্ৰাপথত      নিৰাশাৰ অনুৰনন   --------------------------- শালিকি পুৱাৰ পোহৰৰ ৰেনুকা আবেগিক চেতনাৰ মূৰ্ত্ত প্ৰয়াস নিৰৱতা নিজে গৌন গ্ৰাহ্যতৰা ঠুনুকা শক্তিয়ে চৰিত্ৰৰ আবেগৰ শেষ লেখা ভীত...

সংযোগ নে সত্তাৰ স্ফুলিংগ-ৰিতুপৰ্ণ শৰ্মা

সংযোগ নে সত্তাৰ                 স্ফুলিংগ          ------------------------- অনুভৱৰ ভোটাতৰাত বিন্দুমাত্ৰ হালধীয়া আবেলি  ...