আশাৰ মৰীচিকা ✍️ দিলীপ তাঁতী

আশাৰ মৰীচিকা

✍️ দিলীপ তাঁতী

টিপ চাকিৰ পোহৰেৰে বাট বুলি
এন্ধাৰ নেওচি উজ্বলিল
উৰুখা পঁজাৰ তলৰ স্বপ্নাৰ্ত হৃদয়

হেঁপাহবোৰে ঠন ধৰি
বুকুৰ গভীৰতাত গজালি মেলে
বহু আশা ভৰা স্বপ্নৰ

আইৰ বুকুখন সেইদিনা
এহাত ডাঠ হৈ ফুলি উঠিল
গৰ্বত
বয়সে আঁচোৰা ৰুক্ষ গালৰ ওপৰে
দুধাৰি আনন্দাশ্ৰু বৈছিল

লোকে লোকাৰণ্য উৰুখা পঁজাৰ তলত
কতই উপচাই দিছিল তপত চুম্বন
গাঁৱৰ বুঢ়া মেথাই
জাউৰীয়ে জাউৰীয়ে আশিস বৰষিছিল

শিক্ষাগুৰুৰ আশিসেৰে
ডিঙিত ওলমি ৰৈছিল
বিজয়ৰ স্বভিমানি গামোচাখন

জীৱনৰ তৰুণ দুপৰত
সুৰৰ লহৰ উঠে
আকাশ গলা ৰাতি

আশাৰ উন্মাদনাৰে
এগছি বন্তি
মনৰ মণিকোঠাত প্ৰজ্বলিত হ’ব।

সপ্তাহটোৰ বিশেষ লেখাঃ

“​যোগ্যজনক ভৰি টানি নমোৱাৰ মানসিকতা: শৈক্ষিক সমাজৰ এক কৰ্কট ৰোগ”

প্ৰতিখন শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াত পি.এইচ.ডি....

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

Topics

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

(গল্প) বিবেক বিক্ৰীৰ মেলা—চন্দ্ৰ শেখৰ পৰাজুলী

বিবেক বিক্ৰীৰ মেলা    সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা...
spot_img

সম্পৰ্কীত অন্যান্য লেখাঃ

Popular Categories

spot_imgspot_imgspot_img