প্ৰশান্তিৰ যাত্ৰাপথত
নিৰাশাৰ অনুৰনন
—————————
শালিকি পুৱাৰ পোহৰৰ ৰেনুকা
আবেগিক চেতনাৰ মূৰ্ত্ত প্ৰয়াস
নিৰৱতা নিজে গৌন
গ্ৰাহ্যতৰা ঠুনুকা শক্তিয়ে
চৰিত্ৰৰ আবেগৰ শেষ লেখা
ভীত ইচ্ছাৰ মৌখিক প্ৰতিশ্ৰুতিবোৰ নিজস্ব নিয়ন্ত্ৰণৰ বাহিৰত
অস্তিত্বৰ সংকুচিত আঘাতবোৰ
নি:শেষ কৰিছে প্ৰতিবন্ধকতা
জুৰীয়া অক্লান্ত সপোনবোৰ
পাৰাপাৰ হৈছে পানৈ জংকিত
উন্মাদ বিষাক্ত পোকৰ
দংশনত নিশ্চিহ্ন গোপন গাভৰু বৰ্নিল
অলংকাৰহীন শিমলুৰ জোলাবোৰ
ফাহ-ফাহকৈ প্ৰদক্ষিণ কৰে
আপোচবিহীন অভিস্পণৰ সৰ্পিল যোজন।
ত্ৰিদিপ শৰ্মা
নামঘৰ পথ
যোগাযোগ:
৯৭০৭০৭৫৮৪৪







