নৰী ✍অনামিকা কলিতা

নাৰী

নাৰী তুমি অনন্যা
তুমি অৰ্ধআকাশৰ
পূৰ্ণ “জোন”।
মাতৃ /ভগ্নী/পত্নী/মাতৃ
অলেখ দায়িত্ব সামৰি ল’ব পাৰা আচঁলত।
সহিষ্ণুতা, ধৈৰ্যশীল, সহনশীলতাৰ
“চাবিকাঠি” তোমাৰ হাতত।
মমৰ দৰে গলি গলি ঘৰখন
পোহৰাই তোলা।
তোমাকেই সমাজে পূজা কৰে
তুমিয়ে লাঞ্ছিত ধৰ্ষিতা
তথাপিও মৌন হৈ
থাকিলে নহ’ব !
পুৰণি “তলাটো” আৰু “চাবিকাঠি”
মামৰে ধৰিছে তাক পৰিস্কাৰ কৰাৰ
দায়িত্ব তোমাৰ !
জীৱনৰ পূৰ্ণতাৰ সঞ্জীৱনি তোমাৰ হাততে আছে—!

✍অনামিকা (সংগীতা)কলিতা
শুৱালকুছি

সপ্তাহটোৰ বিশেষ লেখাঃ

“​যোগ্যজনক ভৰি টানি নমোৱাৰ মানসিকতা: শৈক্ষিক সমাজৰ এক কৰ্কট ৰোগ”

প্ৰতিখন শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াত পি.এইচ.ডি....

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

Topics

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

(গল্প) বিবেক বিক্ৰীৰ মেলা—চন্দ্ৰ শেখৰ পৰাজুলী

বিবেক বিক্ৰীৰ মেলা    সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা...
spot_img

সম্পৰ্কীত অন্যান্য লেখাঃ

Popular Categories

spot_imgspot_imgspot_img