অস্তিত্বৰ পিয়লা -ৰিতুপৰ্ণ শৰ্মা

অস্তিত্বৰ পিয়লা 
———————-
থমকি ৰোৱা স্মৃতিবোৰ 
নকৈ সজোৱাৰ অভিলাস লৈ
পুনৰ উভতি নোযোৱাৰ বাটলৈ
এখোজ দুখোজকৈ আগবাঢ়িলো
স্বপ্নিল প্ৰত্যাশাৰ নীৰৱ যন্ত্ৰনা
সেই ৰাতি বলিছিল নেকি বতাহ ধুমুহা
ৰূপ পকনীয়া জুৰি আছিল অপত্য স্নেহ
আপোনজনৰ হৃদয়ৰ গুনগুননিবোৰ
নিতাল মাৰিছিল যাত্ৰাপথৰ জেং জোং
যন্ত্ৰণাক্ষিপ্ত অস্ফুট জীৱন ধাৰাৰ প্ৰতিলিপি
স্তিমিত বৈভবমুখৰ সন্নিবিস্ট
সাত্বিক জীৱন জাগৰণৰ নিৰ্সগ উপত্যকা
শাশ্বত বোলোৱা ফাকু ৰঙৰ
উজ্জীৱিত সৃজনীশক্তিৰ আপদীয় সন্ধিক্ষণ
অজস্ৰ হেঁপাহ এলানি আৱেগ
নিয়ৰভঙা হৃদয়ৰ পদূলি
উন্মাদ ঐতিহ্যৰ ৰৈ যোৱা
নৈ‌:শব্দ্যৰ প্ৰাপ্তিৰ শূন্য সংঘৰ্ষ
আৰ্ত্ৰহাস্যৰ নৃত্যৰতা প্ৰচ্ছদপট
নগ্ন আবেগৰ ছাইৰঙী অস্তিত্ব
অৰ্থলিস্প পদপথত প্ৰতিনিয়ত মেৰুনৰঙী
ৰিক্ত বিবেক এপিয়লা সুখ
আৰ্তস্বৰ জড়তাৰ অনামি সন্ধিক্ষণ
হৃদয়ৰ বুকুচাৰ অস্ত্ৰবিহীন স্বপ্নদ্ৰস্ট্য
বিষাদৰ নীৰব হন্ন বলয়
মায়াবী নিশাৰ ৰংসনা দুচকুৰ ৰিপুঞ্জয়
অদৃশ্যৰ মাজত বিলীন হব দিয়া
দুটি ক্ষণ দিগন্তৰ সীপাৰে অলপ জিৰণি দিয়া।।
       ৰিতুপৰ্ণ শৰ্মা
       বেলতলা চাৰ্ভে
       গুৱাহাটী 

সপ্তাহটোৰ বিশেষ লেখাঃ

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

Topics

“অস্তিত্বৰ অন্তিম প্ৰশ্ন”—নাচিমা য়াচমিন

“অস্তিত্বৰ অন্তিম প্ৰশ্ন” নিশাৰ গহীন নিৰ্জনতাত যেতিয়া সময়ো স্থবিৰ হৈ ৰয়, মই...

“অদৃশ্য মিলনৰ আকুলতা”—নাচিমা য়াচমিন

"অদৃশ্য মিলনৰ আকুলতা" তোমাক লগ পাব  মন যায়— কোৱা না ক’ত...

বহাগৰ গীতাঞ্জলিত এভুমুকি —ৰিতুপৰ্ণ শৰ্মা

বহাগৰ গীতাঞ্জলিত এভুমুকি -------------------------------------- প্ৰণয়ৰ ঢৌ সিঁচা বহাগৰ আমেজ যৌৱনৰ মাদকতা ভৰা...

(গল্প) বিবেক বিক্ৰীৰ মেলা—চন্দ্ৰ শেখৰ পৰাজুলী

বিবেক বিক্ৰীৰ মেলা    সন্ধিয়া সময়ত দোকানত বহি আড্ডা দি থকা...

দৃষ্টিহীন স্বপ্নৰ শলিতা—বশিষ্ঠ ত্ৰিদিপ শৰ্মা

দৃষ্টিহীন স্বপ্নৰ শলিতা ----------------------------- আশাৰ বহাগত সপোনৰ ডেউকা ফাগুনৰ বিবস্ত্ৰ বতাহছাটিয়ে উতুৱাই নিয়া...

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি—বাবু শৰ্মা

ক্ৰুৰতাৰ চিত্ৰকৰ তুমি ------------------------------ নিৰন্ধ্ৰ সেমেকা মজিয়াত অতিক্ৰমী ডুৰন্ত্ৰ পকনীয়া সোঁত  নৰখাদকৰ অজান্তি...
spot_img

সম্পৰ্কীত অন্যান্য লেখাঃ

Popular Categories

spot_imgspot_imgspot_img