এপাহি ফুল🖋️ হৰমোহন কলিতা

এপাহি ফুল
নাম তাৰ তগৰ
কি যে সুগন্ধি
কি তাৰ অপৰূপ সৌন্দৰ্য্য
চুলেই লাগে জগৰ।
জাক জাক পখিলাৰ
ফুল পাহিৰ গোন্ধ পাই মাজত আহে ভোমোৰা জাকে জাকে আহে পখিলা আনক ভেটা দি
কেৱে লয় জিৰণি মৌ চুহি যায় গুচি
কেৱে কৰে ৰং ধেমালি মৰহি নেযায় সি
কেৱে মৌ চুপিবলৈ যায় মাথোন সময়ত।।।
কৰে হাবিয়াস।।

 

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version