Home সকলোঃ কবিতাঃ লাহৰি ঘাটৰ বিন্দু-ত্ৰিদিপ শৰ্মা

লাহৰি ঘাটৰ বিন্দু-ত্ৰিদিপ শৰ্মা

জুপুৰিৰ পিয়লাত আয়ুসৰ হোহোৱণি সম্যৰ প্ৰাচীৰতাত আলিঙ্গণ কৰা সোনালী জীৱনৰ বৃত্তত ৰহণ চৰাই বৰণহীন এমুঠি ছাই

লাহৰি ঘাটৰ বিন্দু
জুপুৰিৰ পিয়লাত আয়ুসৰ হোহোৱণি
সম্যৰ প্ৰাচীৰতাত আলিঙ্গণ কৰা
সোনালী জীৱনৰ বৃত্তত
ৰহণ চৰাই বৰণহীন এমুঠি ছাই
ধূসৰিত সপোনৰ হেজাৰ কাহিনী
 অনুৰাগহীন আতুৰ জীৱন মৰুত
 হেপাঁহৰ আৱেগ নিজান ঘাটত
             ত্ৰিদিপ শৰ্মা
            ৰুক্মিণী গাঁও।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version